logo

খনামুখৰ ৰঙাজানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।



Tezpur# খনামুখত ভয়ংকৰ পথ দুৰ্ঘটনা। ই-ৰিক্সাক পাছফলৰ পৰা খুন্দা মাৰে বলেৰ’ পিক আপ ভানে। গুৰুতৰভাৱে আহত হয় শিশুসহ ৫ জন।



খনামুখৰ ৰঙাজানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাস্থলীত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।



অতি সংকটকজনক অৱস্থাত আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সুৰাপান কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত উপস্থিত চাৰিদুৱাৰ আৰক্ষী।

0
0 views